New Update
/asomiyapratidin/media/media_files/2025/10/29/whatsapp-image-2025-10-29-20-53-29.jpeg)
- কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রীৰ সংবাদমেল
- কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ
- বান প্রতিৰোধৰ প্রকল্প নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ
- ADBৰ ২২০৫ কোটি টকাৰে নিৰ্মাণ হ’ব বান প্রতিৰোধী প্রকল্প
- ব্রহ্মপুত্রৰ খহনীয়াৰ কবলত পৰা ভূমি উদ্ধাৰৰ পদক্ষেপ
- ‘ৰৈ ৰৈ বিনালে’ৰ GSTক লৈ বিশেষ ঘোষণা
- ছবিখনৰ GSTৰ পৰা অসম চৰকাৰে লাভ কৰা ধন ঘূৰাই দিব চৰকাৰে
- GSTৰ ধন কলাগুৰু আৰ্টিছ ফাউণ্ডেশ্যনক ধন ঘূৰাই দিব চৰকাৰে
- গৰিমা শইকীয়া গাৰ্গৰ মতামত লৈ এই সিদ্ধান্ত কেবিনেটৰ
- বিটিচিৰ CEM আৰু ডেপুটী CEM-য়ে পাব কেবিনেট মৰ্যাদা
- বিটিচিৰ কাৰ্যবাহী সদস্যসকলক ৰাজ্যিক মন্ত্রীৰ মৰ্যাদা
- জিলা আৰক্ষী দায়বদ্ধতা আয়োগ পুনৰ গঠনৰ সিদ্ধান্ত
- গাঁওৰক্ষী বাহিনীৰ সদস্যৰ ন্যূনতম বয়স হ’ব ৪০ বছৰ
- ২০৬৮খন ৰাস কমিটীক ২৫ হাজাৰ টকাকৈ দিব সাহায্য
- মাজুলীৰ ৬৭খন ৰাস কমিটীক ৫০ হাজাৰ টকাকৈ দিব সাহায্য
- মৰাণ, মটকসকলেও বসুন্ধৰাৰ জৰিয়তে লাভ কৰিব ৫০ বিঘা মাটিৰ ভূমিপট্টা
- পূৰ্বে মৰাণ, মটকসকলে বসুন্ধৰাৰ ৭ বিঘা মাটিৰহে ভূমি পট্টা লাভ কৰিছিল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us