ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ দিন

বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে

author-image
Asomiya Pratidin
New Update
183
  • ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ দিন।
  • বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।
  • ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন।
  • আনহাতে ২৬ ছেপ্তেম্বৰত হ'ব ভোটগণনা।
  • মনোনয়ন দাখিলৰ অন্তিম দিন ২ ছেম্পেম্বৰ।
  • ৪ ছেপ্টেম্বৰত হ’ব মনোনয়ন পৰীক্ষা।
  • মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ৬ ছেপ্টেম্বৰ।
  • মুঠ ৪০টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন।
  • ইয়াৰে ৩০টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।
  • ৫টা সমষ্টি সংৰক্ষিত অজনজাতীয় লোকৰ বাবে।
  • অন্য ৫টা সমষ্টি সকলো জনগোষ্ঠীয় লোকৰ বাবে মুকলি। 
  • পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্রহণ।
  • BTCত মুঠ ভোটাৰ ২৬,৫৭,৯৩৭ গৰাকী।
  • ইয়াৰে পুৰুষ ভোটাৰ ১৩,২৩,৩৯৯গৰাকী।
  • একেদৰে মহিলা ভোটাৰ ১৩,৩৪,৫২১ গৰাকী।
  • ঘোষণা কৰিলে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে।
নিৰ্বাচন