ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল...

জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত,সঞ্জীৱ নাৰায়ণ আৰু শেখৰ গোস্বামী থাকিব তদন্তৰ আঁওতাত ........

author-image
Asomiya Pratidin
New Update
1
  • জুবিন গাৰ্গৰ মৃত্যু কেন্দ্ৰিক বিতৰ্কৰ এতিয়াও অন্ত পৰা নাই।
  • ৰহস্যৰ মাজত সোমাই পৰিছে জুবিনৰ মৃত্যুৰ ঘটনা।
  • ইতিমধ্যে চিআইডি থানাত ৰুজু হৈছে 18/2025 নম্বৰৰ গোচৰ।
  • অসমৰ বিভিন্ন থানাত ৰুজু হোৱা এই গোচৰৰ তদন্ত কৰিব চিআইডিয়ে।
  • এতিয়ালৈকে ৬০ খনৰো অধিক এজাহাৰ দাখিল কৰা হৈছে জুবিনৰ মৃত্যু সন্দৰ্ভত।
  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই তদন্তৰ আঁওতালৈ কোন কোন আহিব সেই কথা ৰাজহুৱা কৰিছে।
  • জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত,সঞ্জীৱ নাৰায়ণ আৰু শেখৰ গোস্বামী থাকিব তদন্তৰ আঁওতাত।
  • ঘটনাৰ সবিশেষ বুজ আৰু অনুসন্ধানৰ বাবে অসম আৰক্ষীৰ দল যাব ছিংগাপুৰলৈ।
অসম আৰক্ষী