Published on:
Updated on:
- জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী।
- শুকুৰবাৰে পুৱা অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে নিহত কৰে সন্ত্ৰাসবাদীজনক।
- নিহত সন্ত্ৰাসবাদীজনৰ নাম জাকিৰ মুছা।
- ম'ষ্ট ৱান্টেড সন্ত্ৰাসবাদী জাকিৰ মুছা আনচাৰ ঘজৱাট-উল-হিন্দৰ কমাণ্ডাৰ আছিল।
- উল্লেখ্য যে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত সন্ত্ৰাসবাদীজনৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in