মুখ্য-পৃষ্ঠা
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ
- জম্মুু-কাশ্মীৰত আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ৷
- ৰাজ্যখনৰ পুলবামা জিলাত সংঘটিত হৈছে সংঘৰ্ষ।
- শনিবাৰে পুৱাৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল সেনাই৷
- সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দি সেনাৰ গুলীচালনা অব্যাহত৷
- বিতং খবৰ লাভ কৰা হোৱা নাই৷