জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা

কথমপি প্ৰাণ ৰক্ষা ড্ৰাইভাৰসহ হেণ্ডিমেনৰ। গুৱাহাটীৰ পৰা অৰুণাচললৈ আহি আছিল বিটুমিনভৰ্তি ট্ৰাকখন।

author-image
Asomiya Pratidin
New Update
ap web jamugurihat
  • জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰিল বিটুমিনভৰ্তি ট্ৰাক। 
  • সিচৰিত হৈ পৰিল বিটুমিন ভৰাই অনা বহুতো ড্ৰাম।
  • কথমপি প্ৰাণ ৰ  ক্ষা ড্ৰাইভাৰসহ হেণ্ডিমেনৰ।
  • গুৱাহাটীৰ পৰা অৰুণাচললৈ আহি আছিল বিটুমিনভৰ্তি ট্ৰাকখন।
জামুগুৰিহাট