নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত ভয়াবহ অগ্নিকাণ্ড

নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত ভয়াবহ অগ্নিকাণ্ড । 'ইমাৰচন ৱাটাৰ হিটাৰ'ৰ পৰা ভয়ানক জুইৰ সূত্ৰপাত 

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত ভয়াবহ অগ্নিকাণ্ড ।
  • 'ইমাৰচন ৱাটাৰ হিটাৰ'ৰ পৰা ভয়ানক জুইৰ সূত্ৰপাত। 
  • এটা বাসগৃহৰ এটা কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত ।
  • মুনজ্যোতি নাথৰ ঘৰত এই ঘটনা।
  • প্ৰতিৱেশী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত জুই নিয়ন্ত্ৰণ ।   
জামুগুৰি