বশিষ্ঠ চাৰিআলিত ভয়ানক অগ্নিকাণ্ড

শৰ্মা কচমেটিক নামৰ বিপনীখনত এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • পুৱাই বশিষ্ঠ চাৰিআলিত ভয়ানক অগ্নিকাণ্ড।
  • শৰ্মা কচমেটিক নামৰ বিপনীখনত এই অগ্নিকাণ্ড।
  • শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
  • অগ্নিকাণ্ডত ভস্মীভূত প্রায় ২০ লাখ টকাৰ সা-সামগ্রী।
  • অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নিৰ্বাপণ।
বশিষ্ঠ