অৰুণাচলৰ আঞ্জাৱত ভয়ংকৰ দুৰ্ঘটনা : প্ৰাণ গ'ল অসমৰ ২২ জন শ্রমিকৰ

অৰুণাচলৰ আঞ্জাৱত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্রণ হেৰুৱাই পাহাৰৰ পৰা বাগৰিল শ্রমিকভৰ্তি ডাম্পাৰ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • অৰুণাচলৰ আঞ্জাৱত ভয়ংকৰ দুৰ্ঘটনা।
  • নিয়ন্ত্রণ হেৰুৱাই পাহাৰৰ পৰা বাগৰিল শ্রমিকভৰ্তি ডাম্পাৰ।
  • দুৰ্ঘটনাত নিহত অসমৰ ২২ জন শ্রমিক। 
  • তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ পৰা গৈছিল ১৯জন শ্রমিক।
  • কামৰ বাবে অৰুণাচললৈ গৈছিল শ্রমিককেইজন।
  • সোমবাৰে সংঘটিত হৈছিল দুৰ্ঘটনাটো।
  • মৃত শ্রমিককেইজনৰ নাম বুধেশ্বৰ দীপ, ৰাহুল কুমাৰ, সমীৰ দীপ
    জোন কুমাৰ, পংকজ মানকী, অজয় মানকী, বিজয় কুমাৰ, অভয় ভূমিজ
    ৰোহিত মানকী, বীৰেন্দ্র কুমাৰ, আগৰ তাঁতী, ধীৰেন চেতিয়া 
    ৰজনী নাগ, দীপ গোৱালা, ৰামচবক সোণাৰ, সোনাতন নাগ 
    সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাচ মুণ্ডাৰ মৃত্যু।
  • ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে ১৩ গৰাকীৰ মৃতদেহ।
অৰুণাচল