New Update
/asomiyapratidin/media/media_files/2025/11/16/239-2025-11-16-22-29-53.jpg)
- লামডিঙৰ পাম্প ৰ'ড আমটিলাত উত্তপ্ত পৰিস্থতি।
- অবৈধভাৱে মাদ্ৰাছা চলোৱাৰ অভিযোগ স্থানীয় ৰাইজ তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ তথা ৰাষ্ট্ৰীয় বজৰং দলৰ ৷
- অঞ্চলটোত বিগত বহু দিনৰে পৰা অবৈধভাৱে কণ কণ শিক্ষাৰ্থীক মাদ্ৰাছাত আৰবী শিক্ষা প্ৰদান কৰাৰ অভিযোগ ৷
- আজি স্থানীয় ৰাইজ তথা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ তথা ৰাষ্ট্ৰীয় বজৰং দলে শিক্ষা প্ৰদান কৰি থকা ঘৰটোৰ আচবাব ভাঙি লণ্ড-ভণ্ড কৰে
- লগতে ইমামগৰাকীকো লপাথপা দিয়ে ৷
- হোজাইৰ ঢলপুখুৰীৰ নিৱাসী ছেলিমউদ্দিনে বিগত প্ৰায় এটা বছৰৰ পৰা লামডিঙৰ আমটিলাত মাদ্ৰাছা শিক্ষা প্ৰদান কৰি অহাৰ অভিযোগ ৷
- ছেলিমউদ্দিনে আৰবী ভাষা আৰু নামাজ শিক্ষাৰ টিউচন চলাই আছিল বুলিহে মন্তব্য কৰে ৷
- পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা নিয়ন্ত্ৰণ কৰাৰ লগতে ইমাম ছেলিমউদ্দিনক আটক কৰি লৈ যায় ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us