তিতাবৰ থানাত উত্তপ্ত পৰিস্থিতি

তিতাবৰৰ নন্দনাথ শইকীয়া কলেজৰ ছাত্রী বিপ্লৱী। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • তিতাবৰ থানাত উত্তপ্ত পৰিস্থিতি।
  • এগৰাকী ছাত্রীৰ সন্ধানহীনক লৈ উত্তেজনা।
  • সন্ধানহীন ছাত্রীগৰাকী বিপ্লৱী দাস।
  • শনিবাৰে কলেজলৈ যোৱাৰ পৰাই সন্ধানহীন বিপ্লৱী।
  • তিতাবৰৰ নন্দনাথ শইকীয়া কলেজৰ ছাত্রী বিপ্লৱী।
  • ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক।

তিতাবৰ