বিহাৰ নিৰ্বাচনঃ প্ৰথম ৰাউণ্ডত ৮শতাধিক ভোটত আগবাঢ়ি আছে তেজস্বী যাদৱ...

বিহাৰ নিৰ্বাচনৰ অন্যতম এখন মুখ্য মুখ হৈছে আৰ জে ডিৰ তেজস্বী যাদৱ। লালু প্ৰসাদৰ যাদৱৰ পুত্ৰ এই তেজস্বীৰ কান্ধতে এতিয়া দলটোৰ গধুৰ দায়িত্ব। পুৱা ১০.৩০বজালৈকে তেজস্বীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৰাঘাপুৰ সমষ্টিত ৮৯৩টা

author-image
Asomiya Pratidin
New Update
cccccccccc

ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনৰ অন্যতম এখন মুখ্য মুখ হৈছে আৰ জে ডিৰ তেজস্বী যাদৱ। লালু প্ৰসাদৰ যাদৱৰ পুত্ৰ এই তেজস্বীৰ কান্ধতে এতিয়া দলটোৰ গধুৰ দায়িত্ব। পুৱা ১০.৩০বজালৈকে তেজস্বীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৰাঘাপুৰ সমষ্টিত ৮৯৩টা ভোটত আগবাঢ়ি আছে ।

বৰ্তমানলৈকে তেজস্বীয়ে ভোট লাভ কৰিছে ৪,৪৬৩টা।  সমষ্টিটোত মুঠ ৩০টা ৰাউণ্ডত ভোট গণনা সম্পন্ন হ'ব যদিও এতিয়ালৈকে প্ৰথম ৰাউণ্ডৰ ভোটগণনাহে সম্পন্ন হৈছে। প্ৰথম ৰাউণ্ডতে এই অগ্ৰগতি লাভ কৰিছে তেজস্বীয়ে।  সমষ্টিটোত দ্বিতীয় স্থানত আছে বিজেপিৰ প্ৰাৰ্থী সতীশ কুমাৰ। সতীশ কুমাৰে প্ৰথম ৰাউণ্ডত লাভ কৰিছে ৩৫৭০টা ভোট। 

তেজস্বী যাদৱ