" জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ USAৰ বিৰুদ্ধে ২৯ ৰানত জয়ী ভাৰত USAৰ সন্মুখত ১৬২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ভাৰতে প্রত্যুত্তৰত ৭টা উইকেট হেৰুৱাই ১৩২ ৰানহে কৰিবলৈ সক্ষম হয় USA "