New Update
- পুনৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
- দেওবাৰে নিশাক হঠাত অসুস্থ হৈ পৰে জ্যেষ্ঠ ৰাজনীতিবিদগৰাকী।
- নিশা ১১বজাত তেওঁক ভৰ্তি কৰোৱা হয় জি এম চি এইচত।
- বৰ্তমান জি এম টি এইচৰ icuত ৰখা হৈছে গগৈ।
- উল্লেখ্য যে, দুৰ্গা পূজাৰ আগেয়ে কোৰোনাত আক্ৰান্ত গগৈক ঘৰলৈ যাবলৈ দিয়া হৈছিল।
- বৰ্তমান তেওঁৰ স্বাস্থ্য কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে।