Published on:
Updated on:
- বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে দিছপুৰৰ চৰকাৰী আৱাসত।
- বিভিন্ন ধৰ্মীয় অনুষ্ঠানেৰে আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছে পৰিয়ালে
- সচিবালয়ৰ সমীপত ৰাইজৰ বাবে থাকিব শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা
- গুণমুগ্ধই এই স্থানতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক জনাব পাৰিব শ্ৰদ্ধাঞ্জলি
Code:
Asomiya Pratidin
www.asomiyapratidin.in