প্ৰতিকী ফটো
Published on:
Updated on:
- তামিলনাডুৰ বিল্লুপুৰমত ভয়ংকৰ দুৰ্ঘটনা।
- বিল্লুপুৰমৰ কল্লাকুৰিচী-চলেম ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
- এখন ট্ৰাক আৰু এখন বাছৰ মাজত সংঘটিত হয় সংঘৰ্ষ।
- দুৰ্ঘটনাত থিতানে নিহত ৯ জন লোক।
- জানিব পৰা মতে, ট্ৰাকখনৰ ভিতৰত আছিল মুঠ ১১ জন লোক।
- ট্ৰাক খনৰ ভিতৰত থকা ৭ জন ঝাৰখণ্ডৰ নিৱাসী আছিল।
- এটা টাৱাৰ নিৰ্মাণত মজদুৰ হিচাপে নিয়োজিত আছিল আটাইকেইজন।
- দুৰ্ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in