/asomiyapratidin/media/media_files/2025/11/29/p-2025-11-29-23-06-35.jpg)
ডিজিটেল ডেস্কঃ বিধানসভাত দাখিল হ’ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন। সদনত প্ৰতিবেদন দাখিলৰ পাছত এই প্ৰতিবেদন প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰলৈ।প্ৰতিবেদন দাখিল কৰিলে মন্ত্ৰীগোটৰ অধ্যক্ষ ৰণোজ পেগুৱে। তিনিগৰাকী মন্ত্ৰীৰ তত্বাৱধানত প্ৰস্তুত কৰা হৈছিল এই প্ৰতিবেদন।
/asomiyapratidin/media/post_attachments/ae96b408-784.png)
বিধানসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিলৰ পাছতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ মাজত আনন্দ উল্লাস । অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ কৰ্ম-কৰ্তাই ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । 127 B ৰাষ্ট্ৰীয় ঘাইপথত আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ।
/asomiyapratidin/media/post_attachments/d24026b9-079.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us