T20 বিশ্বকাপৰ আজি দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ'ব ভাৰত-ইংলেণ্ড

T20 বিশ্বকাপৰ আজি দ্বিতীয়খন ছেমি ফাইনেল। দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ'ব ভাৰতৰ আৰু ইংলেণ্ড।

author-image
Asomiya Pratidin
New Update
2
  • T20 বিশ্বকাপ ক্রিকেটৰ আজি দ্বিতীয়খন ছেমি ফাইনেল 
  • দ্বিতীয়খন ছেমি ফাইনেলত মুখামুখি হ'ব ভাৰতৰ আৰু ইংলেণ্ড
  • সন্ধিয়া ৭ বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচখন
  • ছেমি ফাইনেল জয়ৰ লক্ষ্যৰে যুঁজত নামিব সূৰ্যকুমাৰ বাহিনী
T20 বিশ্বকাপ ক্রিকেট