" আজি T20 বিশ্বকাপৰ ফাইনেল মেচ নিউজীলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব টীম ইণ্ডিয়া আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত খেলপথাৰত নামিব টীম ইণ্ডিয়া "