New Update
/asomiyapratidin/media/media_files/2026/03/02/udjdjdjd-2026-03-02-12-22-38.jpg)
- জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি।
- বেংক একাউণ্ট ফ্রিজ কৰাৰ ক্ষেত্রত BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল।
- শ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ।
- সিদ্ধাৰ্থ শৰ্মাৰ ছিংগাপুৰৰ কৰ’নাৰ্ছ প্রতিবেদন দাখিল প্রসংগ।
- ইতিমধ্যে ছিংগাপুৰৰ বহু নথি আৰক্ষীয়ে সংগ্রহ কৰি অভিযোগনামাৰ লগত দিছে।
- ছিংগাপুৰৰ পৰা নথি আনি দিবলৈ BNSS-এ আদালতক ক্ষমতা দিয়া নাই।
- তাৰ বাবে ভাৰত চৰকাৰে আবেদন কৰিব পাৰে।
- সিদ্ধাৰ্থৰ মহাবীৰ একুৱা সন্দৰ্ভত ১৯ মাৰ্চত হ’ব শুনানি।
- ১৯ মাৰ্চত জুবিন হত্যাৰ গোচৰৰো পৰৱৰ্তী শুনানি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us