New Update
/asomiyapratidin/media/media_files/2025/09/26/ujjj-2025-09-26-13-32-39.jpg)
- শ্যামকানু, সিদ্ধাৰ্থহঁতৰ হৈ অসমৰ কোনো অধিবক্তাই ওকালতি নকৰে
- সদৌ অসম উকীল সন্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।
- জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দোষী পক্ষৰ হৈ কোনো অধিবক্তাই ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে ।
- অসমৰ সকলো অধিবক্তাক সন্থাই সেইসকলৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছে ।
- সন্থাৰ সভাপতি শৈলেন দাস, সাধাৰণ সম্পাদক দীপক দাস আৰু উপ সভাপতি বিজন মহাজন স্বাক্ষৰিত এই আহ্বানমূলক এখনি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হ'ব সকলো জিলালৈ।
- ইফালে বহুকেইখন অধিবক্তাৰ সৈতে অগ্ৰিম জামিনক লৈ কথা পাতিছিল শ্যামকানু মহন্তই।