জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত সেনা জোৱান শ্বহীদ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত সেনা জোৱান শ্বহীদ
  • জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • সন্ত্ৰাসবাদীৰ গুলীত নিহত এজন সেনা জোৱান।
  • শ্বহীদ সেনা জোৱানজনৰ নাম ৰাইফলমেন শিৱে কুমাৰ।
  • জম্মু-কাশ্মীৰৰ বন্দিপোৰাত সংঘটিত হৈছিল এই সংঘৰ্ষ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in