মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত সেনা জোৱান শ্বহীদ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত সেনা জোৱান শ্বহীদ asomiyapratidin 01 Sep 2018 23:20 IST Follow UsNew Updateজম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।সন্ত্ৰাসবাদীৰ গুলীত নিহত এজন সেনা জোৱান।শ্বহীদ সেনা জোৱানজনৰ নাম ৰাইফলমেন শিৱে কুমাৰ।জম্মু-কাশ্মীৰৰ বন্দিপোৰাত সংঘটিত হৈছিল এই সংঘৰ্ষ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক