সুষমা স্বৰাজৰ একমাত্ৰ কন্যা বাঞ্চুৰী স্বৰাজ…

সুষমা স্বৰাজৰ একমাত্ৰ কন্যা বাঞ্চুৰী স্বৰাজ…

author-image
asomiyapratidin
New Update
সুষমা স্বৰাজৰ একমাত্ৰ কন্যা বাঞ্চুৰী স্বৰাজ…

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ বিয়োগত ম্ৰিয়মান সমগ্ৰ দেশ। যোৱা মঙলবাৰে দেহাৱসান ঘটা জনপ্ৰিয় নেত্ৰী গৰাকীক বুধবাৰে বিয়লি ৩ বজাত শেষকৃত্য সম্পন্ন কৰা হব। ৬৭ বছৰীয়া সুষমা স্বৰাজক সংসাৰত আছিল তেওৰ স্বামী আৰু এগৰাকী কন্যা, তেওৰ নাম বাঞ্চুৰী স্বৰাজ।

Advertisment

বাঞ্চুৰী স্বৰাজ হৈছে দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্বন কৰাৰ লগতে তেও ইনাৰ টেম্পলৰ পৰা আইন বিভাগত ডিগ্ৰী গ্ৰহণ কৰে।

এইবোৰৰ উপৰিও পিতৃ স্বৰাজ কুশলৰ আইনী সৰ্ম্পকীয় বিভিন্ন দিশ চোৱা-চিতা কৰে।