New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- সুষমা স্বৰাজৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুধবাৰে।
- বুধবাৰে পুৱা ১২বজালৈকে তেওঁৰ নশ্বৰ দেহ থাকিব দিল্লীস্থ বাসগৃহত।
- ইতিমধ্যে নিয়া হৈছে তেওঁৰ নশ্বৰ দেহ দিল্লীস্থিত বাসগৃহলৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EBTs1vfW4AAr2Zd.png)
- উক্ত সময়লৈকে গুণমুগ্ধ সকলে শেষ বিদায় জনাব পাৰিব প্ৰয়াত বিজেপি নেত্ৰীগৰাকীক।
- তাৰপাছত সুষমা স্বৰাজৰ নশ্বৰ দেহ লৈ যোৱা হ'ব বিজেপিৰ মুখ্য কাৰ্যালয়লৈ।
- আবেলি ৩ বজাত লধিৰোডত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নিয়া হ'ব সুষমা স্বৰাজৰ নশ্বৰ দেহ।
- ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'ব দেশৰ ভিতৰতে জনপ্ৰিয় নেত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।