মুখ্য-পৃষ্ঠা
কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী
- কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী।
- ত্ৰিপুৰা চৰকাৰৰ জনস্বাৰ্থজড়িত আবেদনৰ ভিত্তিত এই জাননী প্ৰেৰণ কৰা হৈছে কেন্দ্ৰলৈ।
- ভাৰতত প্ৰৱেশৰ পাৰপত্ৰ সংশোধনী নিয়ম আৰু বিদেশী (সংশোধনী) নীতি, ২০১৫ক প্ৰত্যাহ্বান জনাই ত্ৰিপুৰা চৰকাৰে দাখিল কৰিছিল আবেদন।
- এই দুই আইনে সাংবিধানিক বৈধতা প্ৰদান কৰিছিল অনুপ্ৰৱেশকাৰীক।
- ত্ৰিপুৰা চৰকাৰৰ আবেদনৰ পিছতে কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰিছে জাননী।