New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/461c1604-bacb-4249-ba53-ccf374caab9a.jpg)
- দক্ষিণ কামৰূপৰ সোণতলীত শুকুৰবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা৷
- সোণতলীৰ পানীখাইতী বজাৰত নিশা প্ৰায় ডেৰ বজাত সংঘটিত হোৱাঅগ্নিকাণ্ডত তিনিখনকৈ দোকান সম্পুৰ্ণৰূপে ভস্মীভূত হয়৷
- ইয়াৰে এখন গেলামালৰ দোকান আৰু দুখন কাপোৰৰ দোকান।
- এই অগ্নিকাণ্ডত দোকান তিনিখনৰ প্ৰায় ৩০ লাখ টকাৰ সা–সামগ্ৰী ভস্মীভূত হয়।
- স্থানীয় ৰাইজে বহু চেষ্টাৰ অন্তত নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই।
- শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷