সোণতলীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা…

সোণতলীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা…
  • দক্ষিণ কামৰূপৰ সোণতলীত শুকুৰবাৰে নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা৷
  • সোণতলীৰ পানীখাইতী বজাৰত নিশা প্ৰায় ডেৰ বজাত সংঘটিত হোৱাঅগ্নিকাণ্ডত তিনিখনকৈ দোকান সম্পুৰ্ণৰূপে ভস্মীভূত হয়৷
  • ইয়াৰে এখন গেলামালৰ দোকান আৰু দুখন কাপোৰৰ দোকান।
  • এই অগ্নিকাণ্ডত দোকান তিনিখনৰ প্ৰায় ৩০ লাখ টকাৰ সা–সামগ্ৰী ভস্মীভূত হয়।
  • স্থানীয় ৰাইজে বহু চেষ্টাৰ অন্তত নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in