হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ গ্ৰন্থ উন্মোচন...

এইবাৰ লেখিকাৰ ৰূপত আত্মপ্ৰকাশ হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া।  বিধায়িকা গৰাকীয়ে লিখা মা দুৰ্গা সৰ্বমঙ্গলকাৰী নামৰ গ্ৰন্থ উন্মোচন কৰা হয় যোৱা দেওবাৰে। 

author-image
Asomiya Pratidin
New Update
dddsd

ডিজিটেল সংবাদ, হাজোঃ  এইবাৰ লেখিকাৰ ৰূপত আত্মপ্ৰকাশ হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া।  বিধায়িকা গৰাকীয়ে লিখা মা দুৰ্গা সৰ্বমঙ্গলকাৰী নামৰ গ্ৰন্থ উন্মোচন কৰা হয় যোৱা দেওবাৰে।  ৰাজনৈতিক ব্যাস্ততাৰ মাজত এই গ্ৰন্থখন লিখি উলিয়ালে বিধায়িকা গৰাকীয়ে। 

958a0eda-473f-407e-ab5a-30da941a46ac

বিধায়িকাগৰাকীৰ এই গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে হাজোৰ সাহিত্য সভাৰ মঞ্চত। ডিমুত অনুষ্ঠিত হৈছে কামৰূপ জিলা সাহিত্য সভাৰ মধ্যকালীন অধিবেশন।। কেইবাজনো জ্যেষ্ঠ সাহিত্যিকৰ উপস্থিতিত উন্মোচন কৰা হয় বিধায়িকা গৰাকীৰ গ্ৰন্থখন।

da0985bf-e94f-44e9-b2e9-f40efcb75e86

ভৱিষ্যতেও ৰাজনৈতিক ব্যস্ততাৰ মাজতে কিতাপ লিখি যাম বুলি মন্তব্য কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। 

d98dfba7-b492-4295-974b-c4f85bee8992

হাজো