লামডিং আৰক্ষীৰ সফলতা

মাণিকপুৰৰ বঙাইগাঁৱৰ পৰা চুৰি সামগ্ৰীসহ এজন যুৱকক গ্ৰেপ্তাৰ।

author-image
Asomiya Pratidin
New Update
1
  • লামডিং আৰক্ষীৰ বৃহৎ সাফল্য

  • মাণিকপুৰৰ বঙাইগাঁৱৰ পৰা চুৰি সামগ্ৰী
  • মাণিকপুৰৰ বঙাইগাঁৱৰ পৰা চুৰি সামগ্ৰী সহ এজন যুৱকক গ্ৰেপ্তাৰ
  • সহ এজন যুৱকক গ্ৰেপ্তাৰ

  • কৃষ্ণ চাহা নামৰ এজন ৰে'লৱে ঠিকাদাৰৰ এজাহাৰৰ ভিত্তিত যুৱকজনক গ্ৰেপ্তাৰ কৰে লামডিং আৰক্ষীয়ে

  • কৃষ্ণ চাহা নামৰ ৰে'লৱে ঠিকাদাৰৰ কেম্পৰ পৰা যোৱা একমাহ পূৰ্বে চুৰি হৈছিল বহু সামগ্ৰী

  • যুৱকজনৰ পৰা এটা ডিজেল হোণ্ডা জেনেৰটৰ, পাইপ জইন মেচিন আৰু এটা ৱেল্ডিং মেচিন জব্দ কৰে

  • যুৱকজনৰ নাম পিৰবক্সো আলি  বুলি জানিব পৰা গৈছে

  • যুৱকজনক সোধা পচা কৰি লামডিং আৰক্ষী শঙ্কৰ দেৱ নগৰ আদালত লৈ প্ৰেৰণ কৰে
লামডিং লামডিং আৰক্ষী