আইএমকেৰ উদ্দেশ্য আগবঢ়াবলৈ বৰপেটা, চিৰাঙত ১১ জেহাদীয়ে সংগ্ৰহ কৰিছিল ধন

STF-য়ে ১১ জেহাদী গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। IMKৰ উদ্দেশ্য আগবঢ়াবলৈ বৰপেটা, চিৰাঙৰ বিভিন্ন অঞ্চলত সংগ্ৰহ কৰিছিল ধন। এই আদৰ্শ প্ৰচাৰ কৰা মছজিদত হৈছিল ৰাষ্ট্ৰ বিৰোধী কথা।

author-image
Asomiya Pratidin
New Update
new ap web 2 (36)
  • STF-য়ে ১১ জেহাদী গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
  • IMKৰ উদ্দেশ্য আগবঢ়াবলৈ বৰপেটা, চিৰাঙৰ বিভিন্ন অঞ্চলত সংগ্ৰহ কৰিছিল ধন
  • এই আদৰ্শ প্ৰচাৰ কৰা মছজিদত হৈছিল ৰাষ্ট্ৰ বিৰোধী কথা
  • জেহাদীৰ লক্ষ্য আছিল জেহাদ ইছলামৰ নামত হিংসাত্মক কাৰ্য সংঘটিত কৰা
  • অসম, ত্ৰিপুৰাত সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি কৰা লক্ষ্য আছিল জেহাদীকেইটাৰ
  • সামাজিক মাধ্যমক ব্যৱহাৰ কৰিছিল জেহাদীকেইটাই
  • এই উদ্দেশ্য পূৰণৰ বাবে বৰপেটাৰ আমীৰ নাছিমুদ্দিনে ২০২৪ত বাংলাদেশত গ্ৰহণ কৰিছিল প্ৰশিক্ষণ
  • লগতে প্ৰশিক্ষণ লৈছিল ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ হোৱা আন এটা জেহাদীয়ে
stf STF Assam