/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/704aa372-be5e-4d24-8ec0-35e65355523f.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ অসম ৰাজ্যিক সাংবাদিক সন্হাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহ খনি কাইলৈ অৰ্থাৎ দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰি আৱত্ত ভৱনত অনুষ্ঠিত হব ৷ চৰাইদেউ জিলা সমিতিৰ আতিথ্যত অনুষ্ঠিত হবলগীয়া কাৰ্য্যনিৰ্বাহকৰ লগত সংগতি ৰাখি জিলাখনৰ পাঁচগৰাকী বিশিষ্টব্যক্তিক সম্বৰ্ধনা জনোৱা হব ৷ দিনৰ দহ বজাৰ পৰা অনুষ্ঠিত হবলগা এই অনুষ্ঠানত সকলোৱে উপস্থিতি কামনা কৰিছে ৰাজ্যিক সাংবাদিক সন্হাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে মৃদুল কুমাৰ চাহু,ধ্ৰৱজ্যোতি বৰুৱাই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us