/asomiyapratidin/media/media_files/2025/11/29/p-2025-11-29-22-40-20.jpg)
ডিজিটেল ডেস্কঃ সমাধানৰ দিশে অসমৰ জনজাতিকৰণৰ সমস্যা। বিধানসভাত দাখিল ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন। চিচিবৰগাঁৱৰ গড়মৰাত জনজাতিৰ মৰ্যদা প্ৰাপ্তিৰ খবৰত আত্মহাৰা ৰাইজ। অসম বিধানসভাত ছয় জনগোষ্ঠীৰ সমান্তৰালকৈ চুতীয়া সকলকো ST'ত (v) সামৰি ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগে আনন্দত আত্মহাৰা হৈ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে চিচিবৰগাঁৱৰ গড়মৰাৰ ৰাইজে।
/asomiyapratidin/media/post_attachments/f22c997b-ddf.png)
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, জনগোষ্ঠী ভেলী স্বাগতম শ্ল'গানেৰে মুখৰিত চিচিবৰগাওঁ। ইপিনে মিঠাই বিতৰণ কৰি বিহু গীতত নৃত্য কৰে গাঁৱৰ ৰাইজে।
/asomiyapratidin/media/post_attachments/532be067-4fb.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us