New Update
/asomiyapratidin/media/media_files/2025/09/29/yhhhhdd-2025-09-29-12-24-31.jpg)
- বিপদত বিতৰ্কিত SSP লীনা দলে।
- কন্যাৰ নামত STৰ ভুৱা প্ৰমাণ-পত্ৰ উলিয়াইছিল লীনা দলেই।
- ভুৱা STৰ প্ৰমাণ-পত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভর্তি কৰোৱাইছিল কন্যাৰ।
- ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিল জালিয়াতিৰ তথ্য ।
- দিল্লী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰলৈ অভিযোগ পত্ৰ প্ৰেৰণ।
- ইতিমধ্যে দিল্লীৰ মৰিছ নগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে।
- লীনা দলেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ অসম চৰকাৰক।