মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি… যুৱ কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি… asomiyapratidin 29 Jul 2019 20:22 IST Follow UsNew Updateযুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় নতুন সভাপতি নিযুক্তি। শ্ৰীনিবাস বি ভিক অন্তৱৰ্তী সভাপতিৰূপে নিযুক্তি দিয়া হৈছে।কে চি বেণুগোপালে এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰিছে এই কথা।২৯জুলাইত তেওঁক নিযুক্তি দিয়া হৈছে এই পদত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক