New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/0c10eef6-c003-4260-89af-6f5a3ff15636.jpg)
- জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ।
- ঘৰৰ সন্মুখতে সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিলে এগৰাকী মহিলা বিশেষ আৰক্ষী বিষয়া (এছপিঅ')ক।
- দুপৰীয়া প্ৰায় ২.৪০ বজাত সংঘটিত হয় এই ঘটনা।
- এছপিঅ' গৰাকীক লক্ষ্য কৰি গুলিচালনা কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে সন্ত্ৰাসবাদীৰ দলটো।
- গুৰুতৰভাৱে আহত খুছবু জান নামৰ মহিলা আৰক্ষী বিষয়াগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
- কিন্তু চিকিৎসকে মৃত ঘোষণা কৰে মহিলা বিশেষ আৰক্ষী বিষয়াগৰাকীক।
- ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।