ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন

HCৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তথ্য প্রদান কৰিব পাৰিব আয়োগত। ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ পৰিঘটনাৰ ক্রম নিৰ্ণয় কৰিব আয়োগে।

author-image
Asomiya Pratidin
New Update
new ap web  6 (4)
  • HCৰ ন্যায়াধীশ সৌমিত্র শইকীয়াৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন
  • জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তথ্য প্রদান কৰিব পাৰিব আয়োগত
  • ঘটনাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ছোৱাৰ পৰিঘটনাৰ ক্রম নিৰ্ণয় কৰিব আয়োগে
  • ঘটনাত জড়িত ব্যক্তি, গাফিলতি অথবা ষড়যন্ত্র হৈছিল নেকি পৰীক্ষা কৰা হ’ব
  • ঘটনা সন্দৰ্ভত ৩ নৱেম্বৰৰ পৰা জবানবন্দী দিব পাৰিব
  • দেওবাৰৰ দিনকেইটাক বাদ দি ২১ নৱেম্বৰলৈ দিব পাৰিব জবানবন্দী
  • চানমাৰিৰ খাদী আৰু গ্রামোদ্যোগ ব’ৰ্ডৰ চৌহদত লোৱা হ’ব জবানবন্দী
  • পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ দিব পাৰিব জবানবন্দী
  • জবানবন্দী দিয়াসকলে শপতনামাৰ সৈতে তথ্যৰ সমৰ্থনত দিব লাগিব নথিৰ তালিকা
জুবিন গাৰ্গ জুবিন