Published on:
Updated on:
- চিবিআই বিশেষ আদালতৰ অনুমতি প্ৰদান।
- প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰামক চিবিআইৰ জিম্মালৈ প্ৰেৰণ।
- ২৬ আগষ্টলৈ চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম।
- ৫ দিনৰ বাবে জিম্মাত লোৱাৰ বাবে আৱেদন জনাইছিল চিবিআইয়ে।
- লগতে ন্যায়ালয়ে কয়- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰিয়াল আৰু অধিবক্তাই প্ৰতিদিনে ৩০ মিনিটৰ বাবে তেওঁক লগ কৰিব পাৰিব।
Code:
Asomiya Pratidin
www.asomiyapratidin.in