সংসদত নিৰ্মলা সীতাৰমণে দাখিল কৰিছে বাজেট -২০১৯।ক্ষুদ্ৰ ব্যৱসায়ী আৰু দোকানীয়ে পাব পেঞ্চন।কৃষকসকলৰ বাবে ঋণ ব্যৱস্থা।৫৯ মিনিটতে পাব ঋণ।৩ কোটি হিতাধিকাৰীক সাঙুৰি ল'ব এই আচনিয়ে।