Published on:
Updated on:
- মহানগৰীৰৰ স্পেনিছ গাৰ্ডেনত প্ৰশাসনৰ ছেনিটাইজেশ্যন।
- অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত কৰা হৈছে ছেনিটাইজেশ্যন।
- পৌৰ নিগমে ছেনিটাইজ কৰিছে স্পেনিছ গাৰ্ডেন।
- অভিজাত এপাৰ্টমেণ্টটোত প্ৰৱেশ-প্ৰস্থান নিষিদ্ধ কৰিছে সাধাৰণ লোকৰ।
- বাসিন্দাসকলকো যাবলৈ দিয়া হোৱা নাই বাহিৰলৈ।
- কিয়নো শুকুৰবাৰে স্পেনিছ গাৰ্ডেনত এজন লোকৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল।
- লোকজনৰ নাম মনিশ তিবৰেৱাল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in