জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি

ধুবুৰীৰ গোলকগঞ্জত মাজ নিশা আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত হোৱাত বাহন আগুচি ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই। সেই সময়ত প্ৰতিবাদকাৰীক লাঠীচালনা কৰাৰ নিৰ্দেশ দিছিল আৰক্ষী অধীক্ষক গৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
1
  • ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক শাস্তিমূলক বদলি
  • প্রতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰাৰ বাবেই এই বদলি
  • অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সংলগ্ন কৰা হৈছে লীনা দলেক
  • ধুবুৰীৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হ’ব দেৱাশীষ বৰা
আৰক্ষী অধীক্ষক