মুখ্য-পৃষ্ঠা বাংলাদেশলৈ সৰবৰাহঃ দক্ষিণ শালমাৰাত জব্দ গৰু-মহ… বাংলাদেশলৈ সৰবৰাহঃ দক্ষিণ শালমাৰাত জব্দ গৰু-মহ… asomiyapratidin 01 Mar 2021 15:10 IST Follow UsNew Updateদক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ মাজেৰ আলগাত ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰক্ষীৰ অভিযান।এই অভিযানত জব্দ কৰা হৈছে ১৭ টা গৰু আৰু ১০ টা মহ।বাংলাদেশলৈ সৰবৰাহ হয় এইবোৰ গৰু-মহ। বন্ধিহানা আৰক্ষীয়ে চলাইছিল এই অভিযান। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক