মুখ্য-পৃষ্ঠা মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত দক্ষিণ কামৰূপৰ এজনক আটক… মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত দক্ষিণ কামৰূপৰ এজনক আটক… asomiyapratidin 07 Apr 2022 09:27 IST Follow UsNew Updateমাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত দক্ষিণ কামৰূপৰ এজনক আটক।হৃদয় কলিতা নামৰ এজন লোকক আটক কৰিছে।২নং আমতোলাৰ নিৱাসী হৃদয় কলিতা।যুৱকজনক সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।তদন্তৰ খাতিৰত কোনো তথ্য সদৰি কৰা নাই আৰক্ষীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক