Published on :
Updated on :
- ভাৰত-পাকিস্তানৰ মাজত কোনো তৃতীয় মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই।
- দুয়োখন ৰাষ্ট্ৰৰ মাজত চলি থকা সংঘাতৰ মাজতে এই কথা প্ৰকাশ কৰিলে এক চৰকাৰী সূত্ৰই।
- 'পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেই সকলো সমস্যাৰ সমাধান হ'ব।'
- 'মুখত নহয়, কামেৰে প্ৰমাণ কৰক পাকিস্তানৰ শান্তিপ্ৰিয়তা।'
- 'ভাৰতে কোনো মধ্যস্থতাকাৰীৰ জৰিয়তে পাকিস্তানৰ লগত আলোচনা নিবিচাৰে।'
- ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এই কথা প্ৰকাশ কৰে চৰকাৰী সূত্ৰই।
- অন্য ৰাষ্ট্ৰসমূহকো সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানক ব্যৱস্থা গ্ৰহণত হেঁচা প্ৰয়োগৰ আহ্বান জনায় সূত্ৰটোৱে।
Asomiya Pratidin
www.asomiyapratidin.in