শোণিতপুৰৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা

তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত মানশিৰি ৰজগড়ৰ কাচেম আলী নামৰ এজন লোক ।

author-image
Asomiya Pratidin
New Update
1
  • শোণিতপুৰৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী
  • মানশিৰি ৰঙাজান পথত সংঘটিত এই পথ দুৰ্ঘটনাটো
  • তীব্ৰবেগী বাহনৰ খুন্দাত নিহত কাচেম আলী নামৰ এজন লোক
  • ঘটনাস্থলীত চাৰিদুৱাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
পথ দুৰ্ঘটনা ৰঙাজান