Published on:
Updated on:
- গৃহ সমষ্টি ৰায়বৰেলীত উপস্থিত ইউপিএৰ অধ্যক্ষ ছোনীয়া গান্ধীৰ।
- লোকসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা জয়লাভ কৰাৰ পিছত এয়া ছোনীয়া গান্ধীৰ প্ৰথম ৰায়বৰেলী ভ্ৰমণ।
- ৰায়বৰেলীত উপস্থিত হোৱাৰ পিছতে নেত্ৰীগৰাকীক উষ্ম আদৰণি কংগ্ৰেছ নেতা-কৰ্মীৰ।
- ছোনীয়া গান্ধীৰ এই ভ্ৰমণকালত সংগ দিয়ে কংগ্ৰেছ নেত্ৰী তথা কন্যা প্ৰিয়ংকা গান্ধীয়ে।
- বুধবাৰে ৰায়বৰেলীত এক জনসভা সম্বোধন কৰিব ছোনীয়া গান্ধীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in