New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/EBcspPFWwAAdwAA.jpg)
- সুধাকণ্ঠ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হ'ল 'ভাৰতৰত্ন'।
- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিলে এই সন্মান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EBcspPKWkAcgwW7.jpg)
- পুত্ৰ তেজ হাজৰিকাই গ্ৰহণ কৰিলে সুধাকণ্ঠক দিয়া 'ভাৰতৰত্ন'।
- দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখলৈ প্ৰদান কৰা হয় ভাৰতৰত্ন সন্মান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EBcsI9dW4AAKIGJ.jpg)
- ৰাষ্ট্ৰপতি ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় ভাৰতৰত্ন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EBcs9PsXYAAwNfg.jpg)
- প্ৰধানমন্ত্ৰী মোডী আৰু উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে শুভেচ্ছা জনালে ভাৰতৰত্ন সন্মান লাভ কৰা প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EBcujxYXkAAJHIw.jpg)
- গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত উপস্থিত আছে প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে দেশৰ বহু সংখ্যক গণ্য মান্য ব্যক্তি।
- উল্লেখ্য যে, ভাৰত ৰত্ন সন্মান গ্ৰহণ কৰিবলৈ বুধবাৰে নিউয়ৰ্কৰ পৰা আহি দিল্লীত উপস্থিত হৈছিলেহি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা আৰু তেওঁৰ পৰিয়ালবৰ্গ।