বৰফৰ বগা আচ্ছাদনে ঢাকিছে হিমাচল প্ৰদেশ।কুল্লু জিলাৰ ছোলাঙত হিমপাতে সৃষ্টি কৰিছে নান্দনিক পৰিৱেশৰ।কিন্তু তাৰ মাজতো সৃষ্টি হৈছে তীব্ৰ অসুবিধাৰ।মানালী-লেহ ৰোডত তুষাৰ পাতে সৃষ্টি কৰিছে তীব্ৰ যান-জঁটৰ।দীৰ্ঘ সময় ধৰি পথটোত আবদ্ধ হৈ পৰে যান-বাহনসমূহ।নান্দনিক পৰিৱেশৰ মাজতে তীব্ৰ যান-জঁটৰ সমস্যাই বিপাঙত পেলাইছে সকলোকে।