বিটিচিৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ এচএমচি বাতিল

১৩ অক্টোবৰত এক নিৰ্দেশনাৰ জৰিয়তে বাতিল কৰে বিটিচিৰ শিক্ষা সঞ্চালকে।

author-image
Asomiya Pratidin
New Update
540
  • বিটিচিৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ এচএমচি বাতিল।
  • বাতিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এচএমডিচি।  
  • মহাবিদ্যালয়ৰ সঞ্চালনা সমিতি আৰু বিভিন্ন শিক্ষা খণ্ডৰ সমিতিও বাতিল। 
  • ১৩ অক্টোবৰত এক নিৰ্দেশনাৰ জৰিয়তে বাতিল কৰে বিটিচিৰ শিক্ষা সঞ্চালকে।
বিটিচি