New Update
/asomiyapratidin/media/media_files/2025/12/12/dfddd-2025-12-12-16-02-14.jpg)
- জুবিনৰ অভিযোগনামা সন্দৰ্ভত SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল
- ১৮/২০২৫ নম্বৰ গোচৰত SIT-এ আজি অভিযোগনামা দাখিল কৰে আদালতত
- সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ ৩ (৬/৭/৮)নং ধাৰাত গোচৰ
- ৬১(২), ১০৩ (১), ৩১৬ (৫) ধাৰা সংযোজন সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে
- শ্যামকানুৰ বিৰুদ্ধে BNSৰ ৩, ৬১, ১০৩, ৩০৮, ৩১৮, ২৩৮নং ধাৰাত গোচৰ
- শেখৰজ্যোতিৰ বিৰুদ্ধে BNSৰ ৩, ৬১, ১০৩, ৩১৮, ৩১৬নং ধাৰাত গোচৰ
- PSO নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে BNSৰ ৬১, ৩১৬ (৫)নং ধাৰাত গোচৰ
- PSO পৰেশ বৈশ্যৰ বিৰুদ্ধে ৬১ (২), ৩১৬ (৫)নং ধাৰাত গোচৰ ৰুজু
- সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNSৰ ১০৫নং ধাৰাত গোচৰ ৰুজু
- অমৃতপ্রভাৰ বিৰুদ্ধে কেইবাটাও ধাৰা আৰোপ
- মূল অভিযোগনামাত আছে ২৫০০ পৃষ্ঠা
- সংলগ্ন নথিৰ সৈতে অভিযোগনামাৰ সংখ্যা ১২হাজাৰ পৃষ্ঠা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us