New Update
/asomiyapratidin/media/media_files/2025/12/13/new-ap-web-2-23-2025-12-13-20-25-10.jpg)
- SITৰ অভিযোগনামাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য
- ৭৫মিনিট ধৰি সমুদ্র তীৰত চিকিৎসাৰ অবিহনে পৰি আছিল জুবিন গাৰ্গ
- ডেৰ ঘণ্টা পিছতহে জুবিন গাৰ্গৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছিল
- সাগৰত ডুব যোৱাৰ খবৰ লাভ কৰাৰ পাছতো চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল
- ফিটনেছ প্রমাণ পত্র নোহোৱাকৈয়ে ছিংগাপুৰলৈ নিয়া হৈছিল জুবিন গাৰ্গক
- শ্যামকানু মহন্তৰ নিৰ্দেশতে ওৰে নিশা মদ্যপান কৰোৱা হৈছিল জুবিনক
- অমৃতপ্রভা মহন্তৰ হাতত শ্যামকানুৱে তুলি দিছিল সুৰাৰ বটল
- জুবিনক শেষ কৰি মুনাফা আদায়ৰ চেষ্টা চলাইছিল সিদ্ধাৰ্থই
- নিৰাপত্তা, চিকিৎসাা সকলো ক্ষেত্রতে হেমাহি কৰিছিল শ্যামকানু মহন্তই
- হোটেল হেৰিটেজ, মহাবীৰ একুৱাতো সিদ্ধাৰ্থই জুবিনৰ ধন বিনিয়োগ কৰিছিল
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us