জালত পৰিল শ্যামকানু-সিদ্ধাৰ্থ, বুলেট প্রুফ বাহনত উঠাই চি আই ডি কাৰ্যালয়ত হাজিৰ...

অসম আৰক্ষীৰ জালত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গীতানগৰ থানালৈ লৈ অনা হৈছে দুই অভিযুক্তক CJMৰ বাসগৃহলৈ লৈ যোৱা হৈছে শ্যামকানু-সিদ্ধাৰ্থক বিমান বন্দৰৰ পৰা গীতানগৰত থকা CJMৰ বাসগৃহলৈ অনা হৈছে দুৰ্গা পূজাৰ বাবে বন্ধ আছে আদালত

author-image
Asomiya Pratidin
New Update
web ap cjm
  • অসম আৰক্ষীৰ জালত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা
  • গীতানগৰ থানালৈ লৈ অনা হৈছে দুই অভিযুক্তক
  • CJMৰ বাসগৃহলৈ লৈ যোৱা হৈছে শ্যামকানু-সিদ্ধাৰ্থক
  • বিমান বন্দৰৰ পৰা গীতানগৰত থকা CJMৰ বাসগৃহলৈ অনা হৈছে
  • দুৰ্গা পূজাৰ বাবে বন্ধ আছে আদালত
  • সেইবাবেই CJMৰ বাসগৃহলৈ নিয়া হৈছে দুই অভিযুক্তক
  • দিল্লী বিমান বন্দৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছিল শ্যামকানু মহন্তক
  • জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছিল দুয়োজনৰ
  • IX1197 নম্বৰ এয়াৰ ইণ্ডিয়াৰ বিমানেৰে লৈ অনা হৈছিল অসমলৈ
  • বৰঝাৰ বিমান বন্দৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
  • আৰক্ষী, CRPF বাহিনীৰ নিৰাপত্তা বেষ্টনীৰ মাজত লৈ অনা হয় মহন্তক
  • বুলেট প্রুফ বাহনত বিমান বন্দৰৰ পৰা উলিয়াই অনা হ’ব দুয়োজনক
  • মুখ্য ন্যায়িক দণ্ডাধীশে ১৪দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে দুয়োকে।
জুবিন গাৰ্গ